24 Assam

24 Assam জন-গণৰ পক্ষত আৰু
এখোজ-সদায় আপোনাৰ কাষত।
বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক: 📞 9864924790
(1)

14/07/2026

: জনীয়াৰ মহম্মদপুৰৰ পৰা ৰূপাকুছি হৈ মন্দিয়ালৈ সংযোগ স্থাপন কৰা এই পথছোৱা বৰ্তমান সম্পূৰ্ণ জৰাজীৰ্ণ হৈ পৰিছে। দীঘলীয়া সময় ধৰি মেৰামতিৰ অভাৱত পথটোৰ বিভিন্ন অংশত সৃষ্টি হৈছে ডাঙৰ-ডাঙৰ গাঁত। সামান্য বৰষুণ হ'লেই পথটো কদৰ্যময় হৈ পৰে আৰু যাতায়ত প্ৰায় অসম্ভৱ হৈ উঠে। পথৰ দুৰৱস্থাৰ বাবে প্ৰতিদিনে শিক্ষাৰ্থী, চাকৰিয়াল, ব্যৱসায়ী, কৃষক আৰু সাধাৰণ পথচাৰীয়ে চূড়ান্ত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিশেষকৈ অসুস্থ লোকক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত জৰুৰীকালীন বাহনো এই পথত চলাচ
ল কৰিব নোৱাৰা অৱস্থাত হাহাকাৰ কৰিবলগীয়া হৈছে । ইমান বছৰৰ পিছতো পথছোৱাৰ উন্নয়নৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিসকলে কোনোধৰণৰ ঠিক কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। নিৰ্বাচনৰ সময়ত উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া হ'লেও বাস্তৱত পথটোৰ অৱস্থা দিনক দিনে অধিক শোচনীয় হৈ পৰিছে। এই পৰিস্থিতিত ক্ষোভ প্ৰকাশ কৰি স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে অতি শীঘ্ৰে পথছোৱা মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তোলাৰ দাবী জনাইছে।
24 Assam

14/07/2026

৬০০ টকাত দুযোৰ কাপোৰ ক'ত পায়? বিধানসভাত শিক্ষামন্ত্ৰীক প্ৰশ্ন অখিল গগৈৰ। উত্তৰত কি ক'লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?
24 Assam

14/07/2026

ভিক্টৰ দাসে আৰম্ভ কৰিবনে পুনৰ ক্ৰছিং ক্লাছ!

যি দিনা ভিক্টৰ দাস ৰজা হ'ব অসমৰ নাম "জুবিন দেশ" ৰখা হ'ব !

ভিক্টৰ দাস ৰজা হ'লে অসমৰ ল'ৰা ছোৱালী বিদেশত কাম কৰিব নালাগে!

সামাজিক মাধ্যমত ভিক্টৰ দাসৰ মন্তব্য.....
24 Assam

13/07/2026

বহিঃৰাজ্যত পৰা আহি থকা অৱস্থাত বঙাইগাঁও জিলাৰ শিমলাবাৰী ১মখণ্ডৰ জাহাঙ্গীৰ আলম(২৮)ক হত্যা£কাৰীক লেংটিং আৰক্ষীয়ে আটক কৰাৰ লগতে সদৌ অসম ড্ৰাইভাৰ মহাসংঘই উপস্থিত হয়।
24 Assam

13/07/2026

📍বিধানসভাৰ মজিয়াত বিধায়ক শ্বেৰমান আলি আহমেদে কলগাছিয়া থানাৰ OC আৰু দালাল চক্ৰৰ ওপৰত তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ আহ্বান জনায়।
24 Assam

13/07/2026

কোনোবাই চিনি পালে কমেণ্ট কৰি জনাওক
24 Assam

মুখত ক'লা কাপোৰ বান্ধি বিধানসভা চৌহদত বিধায়ক অখিল গগৈ আৰু মেহবুব মুক্তাৰৰ প্ৰতিবাদ। আদিত্য ৰাভা আৰু প্ৰণৱ দলেক মুক্তিৰ ...
13/07/2026

মুখত ক'লা কাপোৰ বান্ধি বিধানসভা চৌহদত বিধায়ক অখিল গগৈ আৰু মেহবুব মুক্তাৰৰ প্ৰতিবাদ। আদিত্য ৰাভা আৰু প্ৰণৱ দলেক মুক্তিৰ দাবী।
24 Assam
Akhil Gogoi

13/07/2026

আজি অসম বিধানসভাত ষষ্ঠ দিনৰ পবিত্ৰ সদনৰ মজিয়াত বিজনীৰ বিধায়ক অৰূপ কুমাৰ দেই বিজনী সমষ্টিত বাঁহৰ সাকোৰ পৰিবৰ্তে দলং নিৰ্মাণৰ দাবী উত্থাপন কৰে

বাঁহৰ সাকোৰে দৈনন্দিন বিজনী সমষ্টিৰ ৰাইজে দীৰ্ঘদিনীয়া যাতায়তৰ সমস্যাত যমৰ যাতনাত ভূগি আছে ।

তাৰে বিষয় লৈ আজি পবিত্ৰ সদনৰ মজিয়াত মন্ত্ৰী পিযুজ হাজৰিকাক এই বিষয় লৈ অতি গুৰুত্ব দিবলৈ আহ্বান জনায় বিধায়ক অৰূপ কুমাৰ দে' ই ।

মন্ত্ৰী পিযুজ হাজৰিকাই বিজনী সমষ্টিৰ ৰাইজক আশ্বাস দিয়ে বাঁহৰ দলংৰ সলনি পকী দলং কৰিব বুলি জানিব দিয়ে
24 Assam

অধিক ভয়াৱহ যোৰাবাটৰ বান পৰিস্থিতিপৃথক পথ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে24 Assam
13/07/2026

অধিক ভয়াৱহ যোৰাবাটৰ বান পৰিস্থিতি
পৃথক পথ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে

24 Assam

Address

Kalgachia, Barpeta Road
Barpeta Road
781319

Alerts

Be the first to know and let us send you an email when 24 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share