Mofidul Islam

Mofidul Islam information

22/05/2023
24/05/2022

| আজি অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী প্ৰগ্ৰেমৰ পাঠ্যক্ৰমৰ বাবে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত:

• শিক্ষা আঁচনিৰ নিৰ্দেশনা অনুসৰি বৰ্তমানৰ Choice Based Credit System (CBCS) বোৰ্ডৰ পুনৰীক্ষণ।

• শাখা, পাঠ্যক্রম আৰু পাঠ্যক্ৰমৰ বাহিৰৰ বৃত্তিমূলক আৰু শৈক্ষিক ক্ষেত্রত কোনো কঠিন পৃথকীকৰণ নহয়।

৩ বা ৪ বছৰৰ সময়সীমাৰ স্নাতক ডিগ্রী পাঠ্যক্ৰম (একাধিক নামভর্তি, আংশিক পাঠ্যক্রম, পুনৰ নামভৰ্তি আদি বিকল্পৰ সৈতে)

● ১ বছৰ (২ষাণ্মাসিক) সম্পূৰ্ণ কৰাৰ পাছত এখন প্রমাণপত্র

• ২ বছৰৰ পাছত (৪ ষাণ্মাসিক) ডিপ্লমা।

• ৩ বছৰীয়া পাঠ্যক্ৰমৰ পাছত স্নাতক ডিগ্রী (৬ ষাণ্মাসিক)

• ৪ বছৰীয়া পাঠ্যক্ৰমৰ পাছত অনাৰ্ছৰ সৈতে স্নাতক ডিগ্রী (৮ষাণ্মাসিক)

• জটিল গৱেষণা প্রকল্প সম্পূর্ণ কৰা শিক্ষার্থীয়ে ৪ বছৰীয়া পাঠ্যক্ৰমৰ পাছত গৱেষণাৰ সৈতে স্নাতক ডিগ্রী।

৩ বছৰত স্নাতক ডিগ্ৰী সম্পূর্ণ কৰা সকলৰ বাবে ১ বছৰৰ পাঠ্যক্ৰমৰ পাছত নির্দিষ্ট শাখাৰ স্নাতকোত্তৰ ডিপ্লমা।

• ২ বছৰীয়া স্নাতকোত্তৰ ডিগ্রী পাঠ্যক্ৰম,য’ত ২য় বৰ্ষটি গৱেষণাৰ বাবে নিবেদিত (৩ বছৰীয়া স্নাতক ডিগ্রী সম্পূর্ণ কৰা বাবে)

● ৪ বছৰীয়া ডিগ্রী সম্পূর্ণ কৰাৰ বাবে ১ বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰম।
Copied

Happy 73rd Republic day all of you.
26/01/2022

Happy 73rd Republic day all of you.

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Mofidul Islam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share