06/11/2025
জুবিন দাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে চালো আৰু বহুত বেয়া লাগিছে, চিনেমাখন চাই এনে লাগিছে আমাৰ জুবিন দাৰ মৃত্যু হোৱা নাই দা দা আমাৰ মাজত এতিয়াও জীয়াই আছে আৰু সদায় থাকিব | শেষত ভগৱানলৈ এটাই প্ৰাৰ্থনা জুবিন দা ন্যায় পাওক আৰু পুনৰ জন্ম লৈ পৃথিবীলৈ ঘূৰি আহোক তাৰে কামনা কৰিলোঁ | |||| জই জুবিন দা ||||