28/03/2026
এতিয়া লুইতত শিহুৱে পোৱালী দিয়াৰ সময় । আহক, আমি সকলোৱে নতুনকৈ জন্ম হোৱা শিহুৰ পোৱালীবোৰক বচাও আৰু বিলুপ্তিৰ গৰাহত থকা এই আপুৰুগীয়া নদী ডলফিনবোৰৰ ভৱিষ্যত সুৰক্ষিত কৰো ।
It’s breeding season for the Ganges River Dolphin in the Brahmaputra 🐬Let’s protect newborn calves and their caring mothers.
Save them today, secure their future.