04/08/2026
বানপানী চাৰিওফালে ।পানী পানী আৰু পানী ।
বৰষূণ টো এতিয়া নতুনকৈ হোৱা বস্তু নহয় সৰুৰে পৰা বৰষূণ দেখিয়ে আহিছোঁ ভয়ানক তৰজন গৰজন কৰি অহা কিন্তু ।বৰষূণ শেষ হৈ লগতে পানী ও নোহোৱা হৈ যায় ।কিন্তু এতিয়া কি হল কিয় এজাক বৰষূণ হলেই গুতেইখন দুব যায়।
মই জাগীৰোড r ছোৱালী হই জন্ম ইআতেই পঢ়া শুনা বিয়া বাৰু জাগীৰোড তেই কৰিলোঁ হলো কিন্তু ২০২০ চনৰ পৰা এনেকুৱা কি হল যে এজাক ডাঙৰ বৰষূণ হলেই জাগীৰোড ডুব জাই।। মই দেখি ৰ পৰা আহিছিলো অহাৰ এদিনৰ পিছতেই এক ঘণ্টা দুঘণ্টা বৰষুণত গোটেই ঘৰ পানীৰে ডুব গৈছিল সেইবোৰ কোনোমতে থান থিত লগাইছিলোহে আকৌ এসপ্তাহৰ পিছতে আকৌ ঘৰৰ ভিতৰত আঠু ওপৰলৈকে পানী মানে প্ৰাই ককাললৈকে। আজি বহুত খং ক্ষোভ আৰু দুখত লিখিছোঁ যে কিয় কি কাৰণত জাগীৰোড t এই পৰিস্থিতি হবলৈ পাইছে। পাহাৰ টকলা কৰিলে কেইবছৰমানৰ ভিতৰত ড্ৰেইন বেবস্তা ঠিক নোহোৱা ড্ৰেইন বোৰ চাফা নকৰা ।এইবোৰেই কাৰণ নহায়জনো। সাধাৰণ মানুহ খিনিয়ে কি জীয়াতু ভুগিছে। আমি মৰিগাঁও ৰোড t থকা বাসিন্দা বোৰ মানুহ নহয় নেকি । যোৱা দুবাৰ হৈ যোৱা বানপানীৰ আমাৰ খবৰ লবলৈ কোনো নাহিল।
#পিযুষহাজৰিকা
#ফেচবুক