16/10/2022
Make Dental Solutions স্বত্বাধিকাৰী Dr.Minhaj A Khan ৰ সহযোগত আজি জোনাকী নগৰ উন্নয়ন কমিটিৰ ত্ৰিনয়ন শিব মন্দিৰত আজি Dental আৰু Medicine বিভাগৰ এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। অনুষ্ঠানত ৮৩ জন লোকে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু প্ৰত্যেকে জনকে বিনামূলীয়া ঔষধ যোগান ধৰা হয়। Dr.Minhaj আৰু তেওঁৰ সহযোগী Doctor তথা laboratory technician সকলক আন্তৰিক ধন্যবাদ জনাইছোঁ।