সদৌ তাই আহোম ছাত্ৰ সন্হা বৰহোলা আঞ্চলিক সমিতি

  • Home
  • India
  • Jorhat
  • সদৌ তাই আহোম ছাত্ৰ সন্হা বৰহোলা আঞ্চলিক সমিতি

সদৌ তাই আহোম ছাত্ৰ সন্হা বৰহোলা আঞ্চলিক সমিতি আটাছু পে অং লে
আহোম জাতি পে অং লে

10/06/2026
আজি পবিত্ৰ অসম দিৱস / চুকাফা দিৱসৰ শুভ ক্ষণত আমি বৰহোলা ATASU ৰ সকলো সদস্য লগ হৈ বৰ অসম গঢ়া মহান স্বৰ্গদেউ চাওলুং চুকাফা...
02/12/2025

আজি পবিত্ৰ অসম দিৱস / চুকাফা দিৱসৰ শুভ ক্ষণত আমি বৰহোলা ATASU ৰ সকলো সদস্য লগ হৈ বৰ অসম গঢ়া মহান স্বৰ্গদেউ চাওলুং চুকাফা দেৱক বৰহোলা চুকাফা ভৱনৰ প্ৰাংগনত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জনালোঁ ।
তেখেতৰ আদৰ্শ নীতিৰে সকলোকে সত পথেৰে আগবাঢ়ি যাবলৈ আশীষ কৰক 🙏🙏

সাত ৰাজ সামৰি এক ৰাজ কৰি বৰ অসম আৰু অসমীয়া জাতি গঠন কৰোতা আৰু অসমত ছশ বছৰীয়া আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং...
02/12/2025

সাত ৰাজ সামৰি এক ৰাজ কৰি বৰ অসম আৰু অসমীয়া জাতি গঠন কৰোতা আৰু অসমত ছশ বছৰীয়া আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং_চুকাফাক আজিৰ এই পৱিত্ৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিছো ।❤️

সকলোকে চুকাফা দিৱসৰ শুভেচ্ছা জনালো।
#চাওলুং_চুকাফা_পে_অং_লে

#টাই_আহোম_পে_অং_লে ❤️

লাচিত দিৱসৰ এই পৱিত্ৰ ক্ষণত বীৰ গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছো।। 🐲❤️🙏
24/11/2025

লাচিত দিৱসৰ এই পৱিত্ৰ ক্ষণত বীৰ গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছো।। 🐲❤️🙏

21/11/2025

Address

Borholla
Jorhat
785631

Website

Alerts

Be the first to know and let us send you an email when সদৌ তাই আহোম ছাত্ৰ সন্হা বৰহোলা আঞ্চলিক সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category