Bijoy Teron official

Bijoy Teron official ��

04/05/2024

Welcome to my page

30/12/2023

Advance happy 🎊 🕛

নিৰীহৰ তেজেৰে ৰাজপথ ৰাঙলী হোৱা বিভীষিকাময় দিনটোৰ স্মৃতিয়ে আজিও কন্দুৱাই অসমবাসীক। সন্ত্ৰাসবাদৰ সেই ক'লা দিন ঘূৰি নাহক ...
30/10/2022

নিৰীহৰ তেজেৰে ৰাজপথ ৰাঙলী হোৱা বিভীষিকাময় দিনটোৰ স্মৃতিয়ে আজিও কন্দুৱাই অসমবাসীক। সন্ত্ৰাসবাদৰ সেই ক'লা দিন ঘূৰি নাহক কাহানিও।

২০০৮চনৰ ৩০ অক্টোবৰত গুৱাহাটী, কোকৰাঝাৰ, বৰপেটাৰোড, বঙাইগাঁওত হোৱা সন্থাসবাদিৰ ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকললৈ আমি কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই AASU শ্ৰদ্ধাঞ্জলি জনালোঁ🙏 আৰু লগতে বিস্ফোৰণত আহতসকলৰ সু- স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ 🙏
সন্থাসবাদ নিপাত যাওঁক
।।জয় আই অসম।।

20/06/2022

✌️

হাওৰাঘাটত নগৰ সমিতিৰ প্ৰেক্ষাগৃহত সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ এখনি কাৰ্য্যনিবাহক সভা অনুষ্ঠিত হয় । সভাত ছাত্ৰ ছাত...
23/08/2021

হাওৰাঘাটত নগৰ সমিতিৰ প্ৰেক্ষাগৃহত সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ এখনি কাৰ্য্যনিবাহক সভা অনুষ্ঠিত হয় । সভাত ছাত্ৰ ছাত্ৰীৰ, মূল্য বৃদ্ধি আৰু বিভিন্ন বিষয়ত আলোচনা কৰা হয় ।এই সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক বেদান্ত শইকীয়া কাৰ্যনিৰ্বাহ সদস্য চৰ্জুন হাঞ্চেক অভিনন্দন লগতে হাওৰাঘাট লৈ আদৰনি জনোৱা হয় ।
স্থান:- নগৰ সমিতি প্ৰেক্ষাগৃহ, হাওৰাঘাট
দিনাংক:- ২২/৮/২০২১

Live your life     Live your dreams
20/07/2021

Live your life
Live your dreams

29/06/2021

Welcome to my world☺️

Address

Karbi Anglong

Alerts

Be the first to know and let us send you an email when Bijoy Teron official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bijoy Teron official:

Share

Category