AGY CLUB

AGY CLUB আলিকাষ ঘনশিমূলী যুৱক সুংঘৰ

07/02/2023

মৰমৰ সতিৰ্থ বন্ধুবৰ, ছাত্ৰ-ছাত্ৰী আপোনাক /তোমালোকক জনাও
ৰমিজুল হক( ছাত্ৰ জিৰণি কোঠা) প্ৰাৰ্থী হিচাপে থিয় দিছে তেওঁক
সকলোৱে অলপ সহায় সহযোগিতা কৰিবলৈ আহ্বান জনালোঁ।

আজি আমাৰ  #আলিকাষ ঘনশিমূলী # যুৱ সংঘত এখনি কাৰ্যকৰী সভাৰ আয়োজন কৰা হয় য'ত আমাৰ আগন্তুক 26 জানুৱাৰীৰ লগত সংগতি ৰাখি আয়...
24/12/2022

আজি আমাৰ #আলিকাষ ঘনশিমূলী # যুৱ সংঘত এখনি কাৰ্যকৰী সভাৰ আয়োজন কৰা হয় য'ত আমাৰ আগন্তুক 26 জানুৱাৰীৰ লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন ধৰণৰ খেল ধেমালি আৰু সাংস্কৃতিক সন্ধিয়াৰ সুচাৰুৰূপে পৰিচালনাৰ কৰাৰ বাবে বিশেষ আলোচনা কৰা হয়, উক্ত সভাৰ সভাপতিত্ব কৰে আমাৰ সংঘৰ স্থাই সভাপতি মঃ জিল্লুল হক ডাঙৰীয়া আৰু উপস্থিত থাকে বহুতো গন্য মান্য ব্যক্তি তথা সমাজ সেৱক।
আগন্তুক দিনত সকলোৰে সহায় সহযোগিতা আৰু দিশা পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ।

05/12/2022

আমাৰ #আলিকাষ #ঘনশিমূলী যুৱ সংঘৰ তৰফৰ পৰা সকলোকে নিমন্ত্ৰণ জনালোঁ। আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিলো।

27/01/2022
27/01/2022

আজি ২৭ জানুৱাৰী ২০২২ গণতন্ত্ৰ দিৱস উপলক্ষে আলিকাষ ঘনশিমুলী যুৱক সংঘৰ উদ্যোগত এখনি কম্বল বিতৰণ সভা আয়োজন কৰা হয়। উক্ত সভাত উপস্থিত থাকে আমাৰ বিহুদিয়া গাওঁ পঞ্চায়াতৰ সভাপতি মহোদয় আৰু উপস্থিত থাকে আমাৰ সংঘৰ সভাপতি মহোদয় জিল্লুল হক‌ ডাঙৰীয়া। আৰু উপস্থিত থাকে সাধাৰণ সম্পাদক মাহাবুৰ ৰহমান ডাঙৰীয়া আৰু উপস্থিত থাকে সাংস্কৃতিক সম্পাদক ৰ‌ফিকুল ইছলাম ডাঙৰীয়া লগতে আমাৰ সংঘৰ সকলো সদস্যবৃণ্দ।

20/01/2022

Address

Kharupatia

Website

Alerts

Be the first to know and let us send you an email when AGY CLUB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share