19/09/2025
জুবিনদাই কৈছিল , " দেহৰ ভৰসা নাই , বুজিছানে নাই " ।
জুবিনদা আৰু নাই 🙂
এক সৃষ্টিৰ শেষ, এক শতিকাৰ শেষ , এটা সত্বাৰ মৃত্যু ।
জুবিন নামৰ বটবৃক্ষডাল অৱশেষত বিলীন হৈ গল 😊
চিৰবিদায় জুবিন বৰঠাকুৰ ❤️🤗এটা ইতিহাসৰ অৱসান ঘটাই আমাৰ মাজৰ পৰা চিৰ বিদায় ললে জুবিন গাৰ্গ। তেখেতৰ আত্মাই যেন চিৰ শান্তি লাভ কৰে তাৰেই কামনা কৰিলো।
❤️