Exclusive News

Exclusive News “স্বাগতম সকলোকে 🙏
আপুনি পাব দ্ৰুত আৰু সঁচা খবৰ। আমাৰ লক্ষ্য হৈছে ৰাইজৰ কণ্ঠ হব আৰু সত্য প্ৰকাশ কৰা।
(1)

22/06/2026

অসমত হ'ব বৃহৎ বানপানী! নীপকোৱে এৰি দিলে বৃহৎ পৰিমাণৰ পানী।
Exclusive News

22/06/2026

🔴এইগৰাকী পিতৃ-কন্যাৰ দুখ কোনোবা মন্ত্ৰী, বিধায়কে বুজি পাবনে ?
🔴অলপমান পলম হোৱাৰ কাৰণে NEET পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নিদিলে পৰীক্ষাৰ্থীক
🔴পৰীক্ষা কেন্দ্ৰৰ আগতে ঢলি পৰিল দূৰ্ভগীয়া পিতৃ
Exclusive News

22/06/2026

খুব ভাল কথা এটা হৈছে , যে ইন্ধনৰ মূল্য বৃদ্ধি হৈছে ।
Exclusive News

Exclusive News
22/06/2026

Exclusive News

22/06/2026

জুবিন গাৰ্গৰ গীত গাই ভাইৰেল হোৱা চোৰ পালেগৈ ঘৰ...
📌জয় আই অসম, জয় জুবিন দা...হিমন্ত মামা মই ঘৰ আহি পালোঁ...
Exclusive News

22/06/2026

"ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবই লাগিব।"
যন্তৰ মন্তৰত অব্যাহত ক'কৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ।
Exclusive News

22/06/2026

জুবিন গাৰ্গৰ ছবি মচি দিয়া, জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ,পকা ৰাস্তাৰ ওপৰত ড্ৰীল মেছিনেৰে ফুটা কৰি গছপুলি ৰোপণ সন্দৰ্ভত সাংবাদিকৰ সন্মুখত অখিল গগৈৰ দাঙি ধৰা বক্তব‍্যঃ-
Exclusive News

22/06/2026

তিনিটাতকৈ অধিক সন্তান থকা গৰ্ভৱতী মহিলাই লাভ নকৰিব বিনামূলীয়া চিকিৎসা সেৱা ।বৰপেটাৰোডত ডাঙৰ ঘোষণা অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ।ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতি আৰু পৰিয়াল পৰিকল্পনা প্ৰক্ৰিয়াক অধিক কঠোৰ কৰাৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰপেটাৰোড এফ.আৰ.ইউ. খণ্ড প্ৰাথমিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে।সমগ্ৰ অসমতে কাৰ্যকৰী কৰিবলৈ স্বাস্থ্য মন্ত্ৰী অশোক সিংঘালক আহ্বান ৰঞ্জিত কুমাৰ দাসৰ।
Exclusive News

21/06/2026

বিহাৰৰ স্বাস্থ্য মন্ত্ৰীৰ যোগা কৰি থকা ভিডিও সামাজিক মাধ্যমত ভাইৰেল !
Exclusive News

ক্লাস 4 লৈকে  পঢ়া চাহ দোকানী মোদীয়ে ট্ৰাম্পৰ ওচৰত বহি কাগজৰ টুকুৰা চাই চাই নকল কৰি হিন্দীত কথা কয়।‌ মোদী ডাঙৰ হিটলাৰ ...
21/06/2026

ক্লাস 4 লৈকে পঢ়া চাহ দোকানী মোদীয়ে ট্ৰাম্পৰ ওচৰত বহি কাগজৰ টুকুৰা চাই চাই নকল কৰি হিন্দীত কথা কয়।‌ মোদী ডাঙৰ হিটলাৰ আৰু হিমন্ত সৰু হিটলাৰ।
🖋️ অখিল গগৈ

Address

Barpeta
781302

Telephone

+919864869173

Website

Alerts

Be the first to know and let us send you an email when Exclusive News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Exclusive News:

Share