Suruj TV

Suruj TV Barpeta

10/08/2022

মেয়েরা মেসেঞ্জারে যে পরিমাণ সালাম পায়,মসজিদের কোনো ইমাম সাহেব ও তত সালাম পায় না!🙂

12/07/2022

শান্তিত থাকিবলৈ সকলোৱেই বিচাৰে কিন্তু ভাগ্যই সেই সুযোগ সকলোকে নিদিয়ে 🤗

01/05/2022

আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে প্ৰতি গৰাকী শ্ৰমিকৰ ত্যাগ আৰু কষ্টৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ ।

27/04/2022
16/04/2022

মৰমবোৰে সহায় নকৰিবও পাৰে, কিন্তু আঘাতবোৰে মানুহ চিনিপোৱাত সহায় কৰে ।

16/04/2022

বন্ধুত্ব শব্দটোৰ ওজন বৰ গধূৰ ! বন্ধুত্ব স্থাপন কৰাটো সহজ । অটুট ৰাখিব পৰাটো সকলোৰে বাবে সহজসাধ্য নহয় ! প্ৰকৃত বন্ধুত্বই বয়সৰ পাৰ্থক্য বিচাৰ নকৰে ! উচ্চ-নীচ, ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিতৰ প্ৰভেদ নুবুজে ! প্ৰয়োজন মাথো সততা, বিস্বাস,তথা সন্মানৰ ! আৰু বিপদৰ সময়ত খবৰ লোয়া আৰু কাষত পোয়া 🥰

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when Suruj TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category