Ragini studio

Ragini studio photographer

17/01/2024

শিল্পী দিৱসত ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি কাঞ্চনজংঘা বুৰঞ্জীৰ কবিতাৰ এটি পংক্তিৰে
আবৃত্তি মঞ্জিল বৰুৱা

17/12/2023

অনন্য প্ৰতিভাৰ অধিকাৰী কণ্ঠশিল্পী কুসুম্বৰ নাথৰ কণ্ঠত এটি ধুনীয়া বিয়া নাম।
শুনিবচোন এবাৰ ।
ভাল লাগিলে শ্বেয়াৰ কৰিৱ



30/10/2023

পৰশুৰাম প্ৰবেশ আৰু প্ৰস্থান

নাট:-অম্বাৰ দেহত্যাগ
দোহাৰ:- কলাসদন (শিয়ালমৰা সত্ৰ)
চৰিত্ৰত:- দ্বীপ তামুলী
#অসম #অসমীয়াভাওনা

23/08/2023

কপিগনৰ কি সুন্দৰ প্ৰবেশ
নাট:- ভাতৃবধু
পৰিবেশন :- অৱতাৰ নাট্যগোষ্ঠী (গোলাঘাট)
স্হান :-অসমভিত্তিক আমন্ত্ৰণ মূলক ভাওনা সমাৰোহ লখিমপুৰ নাৰায়ণপুৰ ২০২৩

18/08/2023

গৰুড় অমৃত হৰণ ভাওনাৰ বাসুক্ষী,তক্ষক আৰু এলাপাত্ৰ প্ৰবেশ

10/08/2023

শংকৰদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা
শিয়ালমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ অৰুণ গোস্বামী দেৱ আৰু খগেন শইকীয়া দেৱৰ মন পৰশা অভিনয় বামুণ বামুণীৰ ৰূপত আৰু দস্যু ৰত্নাকৰ ৰূপত দ্বীপ তামুলী
নাট: দস্যু ৰত্নাকৰ উপাখ্যান নমুচিৰ মুক্তি লাভ
স্হান : শিয়ালমৰা সত্ৰ,নাহৰনি

Address

Lakhimpur
Bihpuriagaon

Website

Alerts

Be the first to know and let us send you an email when Ragini studio posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share