23/02/2025
বহু দিনৰ পৰা ফেচবকুত কোনো বস্থ আপলোড নিদিওআজি লিখিবলৈ মন গল হিমন্ত বিশ্ব শৰ্মা আৰু গীতাশ্ৰী তামুলীৰ পাৰ্থক্য
হিমন্ত বিশ্ব শৰ্মা এজন ৰাজনৈতিক নেতা আৰু গীতাশ্ৰী তামুলী এজনী অধ্যাপিকা।
হিমন্ত বিশ্ব শৰ্মা জনসাধাৰনৰ টকা পইচা মাৰি ৰাজকীয় জীৱন জাপন কৰে অন্যথা গীতাশ্ৰী তামুলী নিজে মমবাতিৰ নিচিনা গলি আনক পোহৰ দিয়ে।
হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক জীৱন জাপন উন্নতি কৰাৰ কাৰনে গোষ্টিগত সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰে অন্যথা গীতাশ্ৰী তামুলী মানুহৰ মাজত একতাৰ বান বনোৱাৰ চেষ্টা কৰে।