Doglover

Doglover wedding photography Indoore outdoor photography

13/05/2023
22/04/2023

দুপৰৰ ৰ’দৰ বেলি তোমাৰ দুগাল চুমি
ৰঙৰ ফাকু বোলাই,
তুমি তুমি ল’গা এছাটি মলয়াই প্ৰতিদিনে হৃদয় জুৰায় ৷৷

আহিনৰ_সুবাস In frame -  (Ba)এটি অনিমেষ চাৱনিৰেতোমালৈ চাই আছো  !!আৰু কিমান সেউজীয়া হলেতুমি মোৰ হৃদয়ৰ অনুৰণন হ'বা !!আচলতে ...
06/11/2022

আহিনৰ_সুবাস
In frame - (Ba)
এটি অনিমেষ চাৱনিৰে
তোমালৈ চাই আছো !!
আৰু কিমান সেউজীয়া হলে
তুমি মোৰ হৃদয়ৰ অনুৰণন হ'বা !!
আচলতে তুমিয়ে মোৰ আহিনৰ
চিকুন এখনি সেউজীয়া পথাৰ !!
সেয়ে সঘনাই
তোমাৰ কাষলৈ যাওঁ
হৃদয়ৰ সুবাস বিচাৰি। ❤

Address

Demow
785672

Telephone

+919678584968

Website

Alerts

Be the first to know and let us send you an email when Doglover posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Doglover:

Share