Social Media Dhemaji Rural Mondal

Social Media Dhemaji Rural Mondal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Social Media Dhemaji Rural Mondal, Dhemaji.

05/03/2022
অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শমাক ধেমাজি জিলাত অবস্থিত হাবুংলৈ ধেমাজি গ্ৰাম্য মণ্ডলৰ  সামাজিক মাধ্যম ক...
31/01/2022

অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শমাক ধেমাজি জিলাত অবস্থিত হাবুংলৈ ধেমাজি গ্ৰাম্য মণ্ডলৰ সামাজিক মাধ্যম কোষৰ ফালৰ পৰা উস্ম আদৰনি জনালোঁ ৷

আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মন কী বাত আৰু সুয্য প্ৰণাম অনুষ্ঠান মৰিধল লক্ষীপথাৰ আৰু উওৰ ধেমাজি  গাওঁ পশ্চায়...
30/01/2022

আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মন কী বাত আৰু সুয্য প্ৰণাম অনুষ্ঠান মৰিধল লক্ষীপথাৰ আৰু উওৰ ধেমাজি গাওঁ পশ্চায়তত বিভিন্ন বুথতত অনুষ্ঠিত হয় ৷ উক্ত মন কী বাত আৰু সুয্য প্ৰণাম অনুষ্ঠান উপস্থিত থাকি নিজকে গৌৰাৱাম্বিত অনুভৱ কৰো ৷

29/01/2022
ধেমাজি জিলা  অন্তগত  জোনাই আৰু ধেমাজি দুয়োটা সমষ্টি সামাজিক মাধ্যম কোষৰ মণ্ডল সমিতিৰ সন্মানীয় আহ্বায়ক সকলক  ধেমাজি জিলা ...
28/01/2022

ধেমাজি জিলা অন্তগত জোনাই আৰু ধেমাজি দুয়োটা সমষ্টি সামাজিক মাধ্যম কোষৰ মণ্ডল সমিতিৰ সন্মানীয় আহ্বায়ক সকলক ধেমাজি জিলা গ্ৰাম্য মণ্ডল তৰফৰ পৰা আন্তৰিক অভিন্দন জনালোঁ ৷

সমুহ অসমবাসীলৈ পৱিত্ৰ বুছু ডিমা উৎসৱ  ধেমাজি গ্ৰাম্য মণ্ডলৰ তৰফৰ পৰা আন্তৰিক ওলগ জনালোঁ ৷
27/01/2022

সমুহ অসমবাসীলৈ পৱিত্ৰ বুছু ডিমা উৎসৱ ধেমাজি গ্ৰাম্য মণ্ডলৰ তৰফৰ পৰা আন্তৰিক ওলগ জনালোঁ ৷

৭৩ সংখ্যক গনৰাজ্য দিৱসৰ সংগতি ৰাখি আজি চিলাপথাৰ টাউন মণ্ডলে  আয়োজন কৰা এদিনিয়া টেনিছ বলৰ খেল খনি ধেমাজি গ্ৰাম্য মণ্ডলে য...
26/01/2022

৭৩ সংখ্যক গনৰাজ্য দিৱসৰ সংগতি ৰাখি আজি চিলাপথাৰ টাউন মণ্ডলে আয়োজন কৰা এদিনিয়া টেনিছ বলৰ খেল খনি ধেমাজি গ্ৰাম্য মণ্ডলে যোগদান কৰা কিছু আলোকচিত্ৰ ৷

৭৩ তম গনৰাজ্য দিৱসৰ সকলোকে ধমাজি গ্ৰাম্য মণ্ডল ফালৰ পৰা বহুত বহুত আন্তৰিক শুভেচ্ছা যাচিলোঁ ৷
26/01/2022

৭৩ তম গনৰাজ্য দিৱসৰ সকলোকে ধমাজি গ্ৰাম্য মণ্ডল ফালৰ পৰা বহুত বহুত আন্তৰিক শুভেচ্ছা যাচিলোঁ ৷

Address

Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when Social Media Dhemaji Rural Mondal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share