বৃহত্তৰ জয়ৰামপুৰ আঞ্চলিক বিহু সমিতি

  • Home
  • India
  • Dhemaji
  • বৃহত্তৰ জয়ৰামপুৰ আঞ্চলিক বিহু সমিতি

বৃহত্তৰ জয়ৰামপুৰ আঞ্চলিক বিহু সমিতি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বৃহত্তৰ জয়ৰামপুৰ আঞ্চলিক বিহু সমিতি, Camera/Photo, Joyrampur, Dhemaji.

ইয়াৰ দ্বাৰাই বিহু প্ৰেমী  ৰাইজৰ জ্ঞাতার্থে জনাও যে, বৃহত্তৰ জয়ৰামপুৰ আঞ্চলিক বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হৱ লগীয়...
17/05/2026

ইয়াৰ দ্বাৰাই বিহু প্ৰেমী ৰাইজৰ জ্ঞাতার্থে জনাও যে, বৃহত্তৰ জয়ৰামপুৰ আঞ্চলিক বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হৱ লগীয়া ৪১ সংখ্যক ৰঙালী বিহু সম্মিলন খনি জুবিন গাৰ্গক শ্ৰদ্ধা জনায় এই বর্ষলৈ কেইটামান কাৰ্যসূচীয়ে সম্পন্ন কৰা হল।

14/05/2026

ইয়াৰ দ্বাৰাই সকলোকে জনাও যে, বৃহত্তৰ জয়ৰামপুৰ আঞ্চলিক বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হৱ লগীয়া ৪১ সংখ্যক ৰঙালী বিহু সন্মিলন খনি এই বৰ্ষলৈ বাতিল কৰা হ'ল। যিহেতু, আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু, অসমীয়া জাতিৰ হৃদস্পন্দন, অসমীয়া সমাজ আৰু সংস্কৃতিৰ কালজয়ী আৱাজ জুবিন গাৰ্গক অকালতে হেৰুৱাই সমগ্ৰ অসমবাসীৰ লগতে আমি জয়ৰামপুৰবাসী তথা জয়ৰামপুৰ ৰঙালী বিহু সন্মিলনৰ সকলো বিষয়ববীয়া ব্ৰজাহত। সেই হেতুকে এইবাৰলৈ কেৱল পতাকা উত্তোলন আৰু দুটিমান কাৰ্যসূচীৰে অনুষ্ঠানটিৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
গতিকে অহা ২ জেঠ (ইং- ১৭ মে' ২০২৬) দেওবাৰে জয়ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ।

শ্ৰদ্ধাৰে
বৃহত্তৰ জয়ৰামপুৰ আঞ্চলিক বিহু উদযাপন সমিতিৰ

20/08/2025
বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ জয়ৰামপুৰ অঞ্চালিক বিহু উদযাপন সমিতিয়ে বৃক্ষ ৰোপন কাজসহুচি হাতত লয়।
05/06/2025

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ জয়ৰামপুৰ অঞ্চালিক বিহু উদযাপন সমিতিয়ে বৃক্ষ ৰোপন কাজসহুচি হাতত লয়।

*বৃহওৰ জয়ৰামপুৰ আঞ্চলিক বিহু সমিতিৰ উদ্যোগত আৰু জয়ৰামপুৰ ৰাইজৰ সহায়ত* ✔️🔴জয়ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান   শিক্ষ...
05/06/2025

*বৃহওৰ জয়ৰামপুৰ আঞ্চলিক বিহু সমিতিৰ উদ্যোগত আৰু জয়ৰামপুৰ ৰাইজৰ সহায়ত*
✔️🔴জয়ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক 🔹শ্ৰীযুত প্ৰদীপ চুতীয়া , সহকাৰী শিক্ষক 🔹শ্ৰীযুত নিলমনি চুতীয়া, ✔️🔴লিটিল ষ্টাৰ ইংলিছ স্কুলৰ অধ্যক্ষ🔹 শ্ৰীযুত পলাশ কোঁচকে ধৰি ✔️🔴অসম জাতীয়তাবাদি যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলাৰ অন্তৰগত বৰদলনি আঞ্চলিক সমিতিৰ সম্পাদক 🔹তপন চুতীয়া, উপদেষ্টা 🔹ৰাজীৱ বৰ্মন ✔️🔴জয়ৰামপুৰ আৰক্ষী চকীৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া🔹 চয়নিকা ছঁয় উপস্থিত থাকি আজি বিশ্ব পৰিবেশ দিৱসৰ দিনা ১৬ 🌳জোপা গছৰ পুলি ৰোপণ কৰে।

Tapan Chutia Rajib Barman XopUn AhOm Mîkû Chûtîâ Kesha Juri Bijoy Barman

30/05/2025

Address

Joyrampur
Dhemaji
787026

Website

Alerts

Be the first to know and let us send you an email when বৃহত্তৰ জয়ৰামপুৰ আঞ্চলিক বিহু সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share