বৃহত্তৰ মহানগৰ শিল্পী সমাজ

  • Home
  • India
  • Guwahati
  • বৃহত্তৰ মহানগৰ শিল্পী সমাজ

বৃহত্তৰ মহানগৰ শিল্পী সমাজ Socio + Cultural Organization

বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ ৫৭ সংখ্যক মৃত্যু দিৱস "কলাগুৰু বিষ্ণুপ...
20/06/2026

বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ ৫৭ সংখ্যক মৃত্যু দিৱস "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস" উদযাপন কৰা হয়।

যোৱা ১০ মে'২০২৬ তাৰিখে বিশ্ব মাতৃ দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কীৰ্তন ঘৰ প্ৰাঙ্গণত এক অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনু...
06/06/2026

যোৱা ১০ মে'২০২৬ তাৰিখে বিশ্ব মাতৃ দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কীৰ্তন ঘৰ প্ৰাঙ্গণত এক অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। চিন্তামণি বেজবৰুৱাৰ দ্বাৰা সম্পাদিত " মা" আৰু নীলকান্ত ডেকাৰ দেৱৰ কাব্য গ্ৰন্থ বিচিত্ৰ বৰষা। উন্মোচনী সভাত উপস্থিত থাকে অসমৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ সূৰ্য হাজৰিকা, শ্ৰীযুতা আৰতি দাস আৰু বহু সংখ্যক বিশিষ্ট ব্যক্তি।

যোৱা ৫ নবেম্বৰ ২০২৬ তাৰিখে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত ৰোপণ কৰা নাহৰ পুলি কেইট...
06/06/2026

যোৱা ৫ নবেম্বৰ ২০২৬ তাৰিখে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত ৰোপণ কৰা নাহৰ পুলি কেইটা আজি চাই আহিলো। পুলি কেইটা জুবিনৰ নামত উৎসৰ্গিত। পুলি কেইটা দেখি সুখী হলোঁ।

বিশ্ব মাতৃ দিৱস আৰু গ্ৰন্থ উন্মোচনী সভাৰ কিছু স্মৰণীয় মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ।
12/05/2026

বিশ্ব মাতৃ দিৱস আৰু গ্ৰন্থ উন্মোচনী সভাৰ কিছু স্মৰণীয় মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ।

মাতৃ দিৱসৰ দিনা প্ৰকাশ পাবলগীয়া অন্য এখন কাব্য গ্ৰন্থ।
03/05/2026

মাতৃ দিৱসৰ দিনা প্ৰকাশ পাবলগীয়া অন্য এখন কাব্য গ্ৰন্থ।

সকলোৰে পৰা আশীৰ্বাদ কামনা কৰিছো।
03/05/2026

সকলোৰে পৰা আশীৰ্বাদ কামনা কৰিছো।

সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।
03/05/2026

সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।

11/02/2026
02/02/2026

চিলাৰায় দিৱস। স্থান পল্টন বজাৰ শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ কেন্দ্ৰ।

Address

Jayanagar Guwahati
Guwahati
781022

Website

Alerts

Be the first to know and let us send you an email when বৃহত্তৰ মহানগৰ শিল্পী সমাজ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category