Mukut Deka

Mukut Deka লোকসংস্কৃতি ---

দুখজনক খবৰ---
03/11/2025

দুখজনক খবৰ---

02/10/2025

মন মানে না---

"যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলেযদি আশাৰ চাকিবোৰ উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা... "প্রযোজক, পৰ...
28/09/2025

"যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে
যদি আশাৰ চাকিবোৰ উমি উমি জ্বলে
তথাপি বন্ধু আগুৱাই যাবা
পিছলৈ ঘূৰি নাচাবা... "

প্রযোজক, পৰিচালক, সংগীত পৰিচালক, গীতিকাৰ আদি বহুকেইটা দিশত অসমীয়া চলচ্চিত্র জগতখনক সমৃদ্ধ কৰা তিম'থী দাস হাঞ্চেদেৱৰ বিয়োগৰ বাতৰি পাই ব্যথিত হৈছোঁ। তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা জনালোঁ‌ ।

ওঁম শান্তিঃ

ভূপেন হাজৰিকা দেৱৰ মৃত্যুৰ বছৰত ভ্ৰাম্যমাণ থিয়েটাৰত বহুত কেইখন নাটক দেখিবলৈ পাইছিলো ।  অহাবাৰ জুবিনদাৰ আবেগেৰে হয়তো বহুক...
28/09/2025

ভূপেন হাজৰিকা দেৱৰ মৃত্যুৰ বছৰত ভ্ৰাম্যমাণ থিয়েটাৰত বহুত কেইখন নাটক দেখিবলৈ পাইছিলো ।

অহাবাৰ জুবিনদাৰ আবেগেৰে হয়তো বহুকেইখন নাটক চাবলৈ পাম --

এইকেইদিনৰ স্মৃতি এনেকৈয়ে থাকিব----
27/09/2025

এইকেইদিনৰ স্মৃতি এনেকৈয়ে থাকিব----

17/08/2025

অন্ধ্ৰপ্ৰদেশৰ Nillimarla ঠাইখনৰ দৃশ্য

আজিৰে পৰা চাৰিদিনীয়া প্ৰশিক্ষণ আৰম্ভ--
05/08/2025

আজিৰে পৰা চাৰিদিনীয়া প্ৰশিক্ষণ আৰম্ভ--

গৰম দিনৰ গধুলি পুখুৰীৰ পানীত সাতুৰি গা ধোৱাৰ মজাই বেলেগ
02/08/2025

গৰম দিনৰ গধুলি পুখুৰীৰ পানীত সাতুৰি
গা ধোৱাৰ মজাই বেলেগ

06/05/2025

পঞ্চায়ত নিৰ্বাচন--

আহক গাওঁখনৰ বাবে উপযুক্ত নেতা নিৰ্বাচন কৰো ।
আমি আপোনালোকৰ ভোটগ্ৰহণৰ বাবে ওলাইছোঁ---

27/04/2025
ৰঙালী বিহুৰ শুভেচ্ছা আপোনালৈ আৰু আপোনাৰ পৰিয়াললৈ--ভালে থাকক । নতুন বছৰতো সুন্দৰ হওক, তাৰেই কামনাৰে---
14/04/2025

ৰঙালী বিহুৰ শুভেচ্ছা আপোনালৈ আৰু আপোনাৰ পৰিয়াললৈ--

ভালে থাকক । নতুন বছৰতো সুন্দৰ হওক, তাৰেই কামনাৰে---

নতুন ৰূপত আপোনালোকৰ মাজলৈ আহিব বৰলুইত বিহুদল, উদমাৰী, বিলাশীপাৰা ।মুকলি বিহু প্ৰতিযোগিতা আৰু মঞ্চবিহুৰ বাবে যোগাযোগ কৰিব...
08/04/2025

নতুন ৰূপত আপোনালোকৰ মাজলৈ আহিব

বৰলুইত বিহুদল, উদমাৰী, বিলাশীপাৰা ।
মুকলি বিহু প্ৰতিযোগিতা আৰু মঞ্চবিহুৰ বাবে যোগাযোগ কৰিব ।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Mukut Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share