Zippy nublens

Zippy nublens just phubbing

HBS 2.0  . Congratulations Himanta Biswa Sarma
10/05/2026

HBS 2.0 . Congratulations Himanta Biswa Sarma

08/05/2026
08/05/2026

অসমৰ বাবে গৌৰৱৰ খবৰ ...

মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু মাৰ্গদৰ্শনত অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আজি এক অনন্য মাত্ৰা লাভ কৰিছে। আমাৰ চৰকাৰৰ নিষ্ঠা আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলস্বৰূপে অসমে 'ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা–২০২৫' ৰ অধীনত ৩ (তিনি) টাকৈ সন্মানীয় ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

বঁটা লাভ কৰা পঞ্চায়তসমূহৰ সবিশেষ তলত আগবঢ়ালোঁ:
✅ নানাৰ্জী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ–২০২৫ ৰ অধীনত ১.৫০ কোটি টকাৰ বঁ‌টা

👉 শ্ৰেষ্ঠ গাঁ‌ও পঞ্চায়তঃ নিউ নপাম গাঁও পঞ্চায়ত, শোণিতপুৰ।

✅ দীন দয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ–২০২৫ ৰ অধীনত ৭৫ লাখ টকা বঁ‌টা

👉 স্বচ্ছ আৰু সেউজ পঞ্চায়তঃ জুমৰমূৰ গাঁও পঞ্চায়ত, নগাঁও।

👉 স্বনিৰ্ভৰশীল আন্তঃগাঁথনিঃ হুগ্ৰীজান গাঁও পঞ্চায়ত, ডিব্ৰুগড়।

এই সাফল্যই আমাক অতিকৈ আহ্লাদিত কৰিছে। বিজয়ী পঞ্চায়তসমূহৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক আৰু ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

শ্ৰী ৰণজিৎ কুমাৰ দাস
মন্ত্ৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ ।

আজি অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী আৰু প্ৰথমজন অসমীয়া ৰাজ্যপাল, “লৌহ মানৱ” খ্যাত বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ পবিত্ৰ পুণ্...
24/04/2026

আজি অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী আৰু প্ৰথমজন অসমীয়া ৰাজ্যপাল, “লৌহ মানৱ” খ্যাত বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ পবিত্ৰ পুণ্য তিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় সৈনিক হিচাপে তেখেতে দেশৰ বাবে আগবঢ়োৱা ত্যাগ আৰু অবদান সদায় স্মৰণীয়। পৰৱৰ্তী সময়ত ৰাজনীতিত প্ৰৱেশ কৰি মুখ্যমন্ত্ৰী হিচাপে তেখেতে নিজৰ বিচক্ষণতা, দূৰদৰ্শিতা আৰু দৃঢ় নেতৃত্বৰ জৰিয়তে আধুনিক অসমৰ বুনিয়াদ স্থাপন কৰিছিল। বিশেষকৈ অসমৰ পৰা বিদেশী মুক্ত কৰাৰ ক্ষেত্ৰত তেখেতে গ্ৰহণ কৰা দৃঢ় পদক্ষেপসমূহ সঁচাকৈয়ে প্ৰশংসনীয়।

এগৰাকী সমাজহিতৈষী, অসম প্ৰেমী ৰাজনীতিবিদ তথা অসমৰ মুখ্যমন্ত্ৰী হিচাপে মেধিদেৱে আগবঢ়ায় যোৱা অসামান্য অৱদানে প্ৰতিগৰাকী অসমীয়াকে যুগে যুগে উদ্বুদ্ধ কৰি আহিছে।

এই পবিত্ৰ দিনটোত তেখেতৰ মহান কৰ্ম আৰু আদৰ্শক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

20/12/2025
20/12/2025
28/03/2025

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Zippy nublens posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share