AB News & Entertainment

AB News & Entertainment Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AB News & Entertainment, Photographer, Guwahati.

Drishti got Another achievement🙏🙏🙏
22/03/2024

Drishti got Another achievement🙏🙏🙏

https://www.facebook.com/share/p/ZXxJUaGZ2obBNsXQ/?mibextid=qi2Omg
13/03/2024

https://www.facebook.com/share/p/ZXxJUaGZ2obBNsXQ/?mibextid=qi2Omg

প্ৰয়াত নিপন গোস্বামীৰ আন এখন ছবি "পিঞ্জৰা"

কায়িকভাৱে নাথাকিলেও সমৃদ্ধ কৰি ৰাখিছে অসমবাসীক-

অভিনয় জগতৰ অন্যতম মহীৰূহ তথা উজ্জ্বল নক্ষত্ৰ স্বৰূপ প্ৰয়াত নিপন গোস্বামী দেৱে পূৰ্বে অভিনয় কৰি যোৱা এখন অসমীয়া ছবি বৰ্তমান মুক্তিৰ পথত। ছবিখনৰ নাম "পিঞ্জৰা"। তেখেতে জীয়াই থকা সময়লৈকে যিমান অসমীয়া ছবিৰ উপহাৰ অসমবাসীলৈ আগবঢ়াইছে তাৰ সমানেই কায়িকভাৱে নাথাকিলেও তেখেতৰ অনুপস্থিতি অনুৰাগীক অনুভৱ হ'বলৈ দিয়া নাই।

JRM ৰ বেনাৰত নিৰ্মিত "পিঞ্জৰা" ৰ কাহিনীভাগে দুগৰাকী বান্ধৱীৰ বন্ধুত্বৰ দিশত থকা সততা, নিষ্ঠা আৰু মৰমক প্ৰতিফলিত কৰিছে। ইজনীৰ বাবে আনজনীয়ে কৰা ত্যাগৰ কাহিনীয়ে হৈছে "পিঞ্জৰা"। অসীম হাজৰিকাৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ প্ৰযোজনা আৰু কাহিনীভাগ হৈছে ৰুণা লাইলাৰ। সহঃ প্ৰযোজক হিচাবে আছে জাহানগিৰ আলম। বেকগ্ৰাউণ্ড স্কৰ বিৰাজ বৰাৰ, চিত্ৰনাট্য আৰু মুখ্য সহকাৰী পৰিচালকৰ দায়িত্বত আছে দিগন্ত বৰাৰ লগতে সহঃ পৰিচালক হেমন্ত হীৰু। দৃশ্যগ্ৰহণ হীৰক জ্যোতিৰ।

ছবিখনত নিপন গোস্বামীৰ লগতে অভিনয় কৰিছে কিংকিনী ভট্টাচাৰ্য, উদয়ন দুৱৰা, বিদ্যা ৰাও, চিমি ৰায়ন, ৰূপম বৰুৱা, বন্দনা বৰুৱা, তুহিন কন্যা বৰা, পাৰ্ণিকা চৌধুৰী আৰু আন বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। অতিথি শিল্পী ড° জয় বৰা।

Bless us 🙏
22/01/2024

Bless us 🙏

02/12/2023
29/04/2023

৩০এপ্ৰিল ২০২৩ তাৰিখে অপৰূপা গোষ্ঠীৰ বাৰ্ষিক সন্মিলন খনিৰ উদেশ্যে বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ আয়োজন কৰা হৈছে অপৰূপা মহীয়সী নাৰী বটা অনুষ্ঠানটি। অসমৰ বিভিন্ন ক্ষেত্ৰত স্বকৰ্মৰে বিভূষিতা বহু কেইগৰাকী নাৰীক উক্ত অনুষ্ঠানতে বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰাৰ লগতে অত্যন্ত কঠোৰ পৰিশ্ৰমেৰে জীৱন সংগ্ৰামত ব্ৰতী হৈ নিজ সন্তানক সুনাগৰিক হিচাপে গঢ়ি তোলাৰ পণ লোৱা নাৰীক আৰ্থিক ভাবে সাহাৰ্য্যও প্ৰদান কৰা হ'ব।

Address

Guwahati
1

Alerts

Be the first to know and let us send you an email when AB News & Entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category