Bapan Beshra

Bapan Beshra l hope you have flowe to my page and you will continue to support me in this way.

With Nomi Kisku – I'm on a streak! I've been a top fan for 5 months in a row. 🎉
04/11/2025

With Nomi Kisku – I'm on a streak! I've been a top fan for 5 months in a row. 🎉

10/05/2025

ᱛᱤᱦᱤᱧ ᱛᱟᱨᱟᱥᱤᱝ ᱔ ᱴᱟᱲᱟᱝ ᱜᱚᱴᱟ ᱟᱥᱟᱢ ᱨᱤᱱᱤᱡ ᱯᱩᱭᱞᱩ ᱥᱟᱱᱛᱟᱲ ᱛᱤᱨᱞᱟᱹMBBS degree ᱦᱟᱢᱮᱴ ᱠᱮᱜᱼᱟ |ᱚᱱᱟ ᱠᱩᱥᱤ ᱨᱟᱹᱥᱠᱟᱹᱛᱮ ᱦᱩᱡᱟᱭ ᱡᱤᱞᱟ ᱯᱟᱹᱴᱷᱩᱣᱟ ᱜᱟᱣᱛᱟ ᱟᱨ ᱥᱟᱱᱛᱟᱲ ᱛᱤᱨᱞᱟᱹ ᱠᱩᱢᱩᱴ ᱠᱟᱹᱢᱤᱭᱟᱹ ᱥᱚᱦᱮᱫ ᱠᱚ ᱢᱟᱱᱚᱛᱟᱱᱤ ᱢᱟᱨᱴᱤᱱᱟ ᱴᱩᱰᱩ ᱟᱨ ᱟᱭᱩ ᱵᱟᱵᱟ ᱛᱤᱠᱤᱱ ᱠᱮ ᱢᱟᱹᱱ ᱥᱟᱨᱦᱟᱣ ᱦᱩᱭᱮᱱᱟ

03/04/2025
03/04/2025

Rathin kisku stage program at kokrajhar gosaigaone || 20th foundation day and annual conference (assu)

প্ৰতি সংগ্ৰামী সতীৰ্থ বৃন্দ। বৈপ্লৱিক জহাৰ গ্ৰহণ কৰিব।  ইয়াৰ দ্বাৰা আপোনালোকক জনাওঁ যে আজি ইং ০৮/০২/২০২৫ তাৰিখে  শনিবাৰ...
08/02/2025

প্ৰতি
সংগ্ৰামী সতীৰ্থ বৃন্দ। বৈপ্লৱিক জহাৰ গ্ৰহণ কৰিব।
ইয়াৰ দ্বাৰা আপোনালোকক জনাওঁ যে আজি ইং ০৮/০২/২০২৫ তাৰিখে শনিবাৰে দিনৰ
0১:00 বজাত খ্রীং খ্রীং চাওঁতাল বস্তী মাঝীবাবা শ্রীযুত ধ্ৰুৱৰাজ চৰেনৰ ৰায়ত 1-শ্রীমতি ৰবিনা মার্ডী 2-শ্রী গোলাপ মার্ডী 3- স্বর্গীয় গংগা কিস্কু এই তিনিও জনৰ ছোৱালীবোৰ বেলেগ বেলেগ সম্প্রদায়ৰ লোকৰ লগতে বিবাহ হৈছে সেয়েহে খ্রীং খ্রীং গাঁওৰ ৰায়ত শ্ৰী লোহিত মাডীৰ বাস ভৱনত ভাড়খাড় সভা আহ্বান কৰা হয়।

এই সভাত উপস্থিত আছিল চাওঁতাল মাঝী পাৰগানা মণ্ডল সমিতি হোজাই ও ডিফু মহকুমাৰ পাৰগানা বাবা, দেশমাঝী বাবা, চাকলাদাৰ বাবা, প্রাক্তন দেশমাঝী বাবা আৰু প্ৰত্যেক গাঁওৰ মাঝী প্ৰাণিক বাবা ও যুৱক-যুৱতী মহিলা সমিতিৰ সভানেত্রী-সম্পাদিকা লগতে চাওঁতাল মাঝী মণ্ডল কেন্দ্রীয় সমিতিৰ সভাপতি আৰু প্ৰত্যেক গাঁৱৰ সমাজ প্ৰেমি ৰাইজ।

ধন্যবাদ
((জয় চাওঁতাল ))
((জয় মাঝি পাৰগাণা))
((জয় জহাৰ))

Address

Lanka Hojai Assam
Lanka
702442

Website

Alerts

Be the first to know and let us send you an email when Bapan Beshra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bapan Beshra:

Share