BJYM- Makum Mandal

BJYM- Makum Mandal BHARATIYA JANATA YUVA MORCHA (MAKUM)

03/09/2026
01/09/2026

বিজেপি অসম প্ৰদেশৰ সভাপতি তথা সন্মানীয় সাংসদ শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

সদায় হাঁহিমুখে সকলোকে লগত লৈ একেলগে আগবাঢ়ি যোৱা, দলীয় সংগঠন আৰু জনসেৱাৰ প্ৰতি সমৰ্পিত শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াৰ কৰ্মনিষ্ঠা আৰু নেতৃত্বই আমাৰ সকলোকে অনুপ্ৰাণিত কৰি আহিছে।

এই শুভ দিনটোত ঈশ্বৰৰ ওচৰত তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সুখ-শান্তিৰে পৰিপূৰ্ণ এক সুন্দৰ জীৱনৰ প্ৰাৰ্থনা কৰিলোঁ। আগন্তুক দিনবোৰতো তেখেতৰ নেতৃত্বত অসমত বিজেপিৰ সাংগঠনিক ভেটি অধিক শক্তিশালী হওক আৰু জনসেৱাৰ যাত্ৰা অধিক গতিশীল হৈ উঠক, তাৰেই কামনা কৰিলোঁ 🙏

Dilip Saikia

29/08/2026

তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বড়া ডাঙৰীয়াৰ অনুমোদন ও জিলা যুৱ মৰ্চাৰ সভাপতি প্ৰীতম বুঢ়াগোঁহাই ডাঙৰীয়াৰ দ্বাৰা প্ৰক্ষেপিত নৱ নিযুক্ত প্ৰতিজন কাৰ্যকৰ্তা লৈকে জিলা অবিচি মৰ্চাৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জনালোঁ।

29/08/2026

এক ভাৰত, শ্ৰেষ্ঠ ভাৰত 🇮🇳

প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ‘মন কী বাত’ -- জনতাৰ সৈতে, দেশৰ কথাৰে...

কাইলৈ ৩০ আগষ্ট ২০২৬ তাৰিখে দিনৰ ১১ বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ‘মন কী বাত’ৰ ১৩৭তম খণ্ডটো মাকুম মণ্ডলৰ ১৪৯ নং বুথৰ কাৰ্যকৰ্তাসকল আৰু স্থানীয় ৰাইজৰ সৈতে একেলগে শ্ৰৱণ কৰিম।

দেশৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ জনতাৰ প্ৰেৰণা, সফলতাৰ কাহিনী আৰু ভাৰতৰ অগ্ৰগতিৰ কথাৰে সমৃদ্ধ ‘মন কী বাত’ৰ এই বিশেষ খণ্ডটো শুনিবলৈ সকলোকে আন্তৰিকভাৱে আহ্বান জনালোঁ।

মোৰ বুথ সকলোতকৈ মজবুত 💪

24/08/2026

Address

Bjp OFFICE, MAKUM MandaL
Makum
786170

Website

Alerts

Be the first to know and let us send you an email when BJYM- Makum Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category