ৰাজ ষ্টুডিঅ চাচনি /raj studio sasoni

ৰাজ ষ্টুডিঅ চাচনি /raj studio sasoni Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ৰাজ ষ্টুডিঅ চাচনি /raj studio sasoni, Photographer, nahokoteya . Sasoni. Dist.Dibrugarh .pin .786610 . assam, Naharkatiya.

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মা বাইদেউৰ আকস্মিক অকাল বিয়োগত অসমবাসীৰ লগতে  #ৰাজ ষ্টুডিঅৰ  পৰিয়াল ব...
15/07/2026

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মা বাইদেউৰ আকস্মিক অকাল বিয়োগত অসমবাসীৰ লগতে #ৰাজ ষ্টুডিঅৰ পৰিয়াল বৰ্গও গভীৰভাৱে মৰ্মাহত ৷
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে তেখেতৰ স্বামী তথা বিশিষ্ট প্ৰিয় অভিনেতা শ্ৰীতপন দাস দেৱক শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

#ৰাজ ষ্টুডিঅ চাচনি
#চাচনমুখী বোলছবিৰ পৰিয়াল বৰ্গ

01/07/2026

https://youtube.com/shorts/uVMzit7ueXs?si=i17lmh4Co_erAFgt
বিশিষ্ট আবৃত্তিকাৰ #জোনালী ডেকাৰ কণ্ঠত ভাল ল’গা এটা কবিতা
studio
#ৰাজ ষ্টুডিঅ
#চাচনমুখী #অসমীয়া #নতুন #বোলছবি

28/06/2026

https://youtu.be/2uB1NhZAYMw?si=OXBuBqGEd1bWA7TP
মৌচুমৰ কৌতুক অভিনয় #হেমন কুমাৰৰ নাট #জয়া তুমি মহা সতি
studio
#ৰাজ ষ্টুডিঅ
#চাচনমুখী #অসমীয়া #নতুন #বোলছবি

27/06/2026

https://youtube.com/shorts/EFAqv3Et50o?si=yPFn4aViHN2t-5Gk
#চাচনমুখী বোলছবি খনৰ কাষ্টিং গীতোত কণ্ঠ নিগৰাইছে #গণশিল্পী #লোহিত গগৈ
ধন্যবাদ জনাইছোঁ #ৰাজ ষ্টুডিঅৰ পৰিয়াল বৰ্গই
studio
#লোহিত গগৈ

25/06/2026

https://youtube.com/shorts/Ii9Xq-rAICg?si=_TjvEu86CTMcrTx-
আমাৰ ৰ’দৰ প্ৰথম বাৰ চুলি কটা হ’ল
সাচি ৰাখিলো প্ৰেজত ৷ স্মৃতি জিয়াই থাকক বুলি
studio
#ৰাজ ষ্টুডিঅ
#চাচনমুখী

24/06/2026

https://youtu.be/OURmoaGAeMM?si=GdtESD0hASrwh1gq
“লগন উকলি গ’ল“ শুনকচোন থেলা এটা মাৰি বেলেগকো শুনাৰ ব্যৱস্থা কৰি দিয়ক
studio
#ৰাজ ষ্টুডিঅ
#চাচনমুখী #বিউটি বাইলুং #অতুল পাচনী অভিনিত #অসমীয়া #নতুন #বোলছবি

Address

Nahokoteya . Sasoni. Dist.Dibrugarh .pin .786610 . Assam
Naharkatiya

Website

Alerts

Be the first to know and let us send you an email when ৰাজ ষ্টুডিঅ চাচনি /raj studio sasoni posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category