19/07/2026
🕉️ হৰ হৰ মহাদেৱ 🔱
🙏 আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ।
মহাদেৱৰ অশেষ কৃপাই সকলোৰে জীৱন সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধিৰে ভৰি পৰক। ভক্তিভাৱে মহাদেৱৰ শ্ৰীচৰণত প্ৰণাম জনাই সকলোৰে মনোবাঞ্ছা পূৰণ হোৱাৰ আন্তৰিক কামনা কৰিলোঁ।
ওঁ নমঃ শিৱায়। 🕉️
🔱 হৰ হৰ মহাদেৱ 🔱