KBRD student union

KBRD student union কলেজৰ লগত জড়িত সকলো ধৰণৰ তথ্য(ভাল/বেয়া) প্ৰদান কৰা হ'ব |

With Prakash Sarmah – I just got recognized as one of their top fans! 🎉
01/11/2024

With Prakash Sarmah – I just got recognized as one of their top fans! 🎉

  College GS Rubul Basumatary Aru Game Secratary Mijing Basumatary Aru KBRD ABSU Unit Ex President Kapil Daimary এ BPF প...
09/06/2023

College GS Rubul Basumatary Aru Game Secratary Mijing Basumatary Aru KBRD ABSU Unit Ex President Kapil Daimary এ BPF প্ৰধান Hagrama mohilary আৰু BPF MLA Charan boro sir ৰ উপস্থিতিত BSU (Bodoland student union) ত যোগদান কৰে আৰু আগন্তুক দিনত BSU (Bodoland student union) ত থাকি কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

30/11/2022
আজি মহাবিদ্যালয়ে আয়োজন কৰা "Yogya & Meditation Awareness Program" ছাৰ-বাইদেউ সকলৰ সৈতে সমভাগে অংশগ্ৰহণ কৰি অলপ ব্যায়ম ক...
18/11/2022

আজি মহাবিদ্যালয়ে আয়োজন কৰা "Yogya & Meditation Awareness Program" ছাৰ-বাইদেউ সকলৰ সৈতে সমভাগে অংশগ্ৰহণ কৰি অলপ ব্যায়ম কৰিলো |

আজি ১৬/১১/২২ তাৰিখ | আজিৰ দিনটোত  মহাবিদ্যালয়ে কিছুমান গুৰুত্বপূৰ্ণ কাম হাতত লয়  | সাধাৰণ ভাষাত কবলৈ গ'লে আজি মহাবিদ্যাল...
16/11/2022

আজি ১৬/১১/২২ তাৰিখ | আজিৰ দিনটোত মহাবিদ্যালয়ে কিছুমান গুৰুত্বপূৰ্ণ কাম হাতত লয় | সাধাৰণ ভাষাত কবলৈ গ'লে আজি মহাবিদ্যালয়খনে নিম্ন মানদণ্ড তথা কম উন্নয়ন হোৱা গাওঁবোৰক আগুৱাই নিবলৈ তথা আৰ্থিক,সামাজিক তথা শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ কিছুমান গাওঁক লিষ্টত লৈছে অৰ্থাৎ ঘৰুৱা ভাষাত মা - দেউতাই যেনেকৈ ল'ৰা-ছোৱালীক লালন পালন কৰি ডাঙৰ দীঘল কৰে ,ঠিক একেদৰেই গাওঁখনৰ বিষয়া হিচাপে মহাবিদ্যালয়খন জড়িত হৈ আগন্তুক দিনত গাওঁখনৰ সমস্যাকে আদি কৰি সকলো দিশৰ দায়িত্বত মহাবিদ্যালয়ে সহায় কৰি আহিব | এক প্ৰকাৰে কবলৈ গলে গাওঁখনৰ অভিভাবক স্বৰূপ হ'ব মহাবিদ্যালয়খন | আজি মহাবিদ্যালয়ে হাতত লোৱা গাওঁৰ নাম হ'ল Rangapani and kukurvukha village (udalguri distict)|
আজিৰ সভাত উপস্হিত আছিল -
মহাবিদ্যালয় অধ্যক্ষ ড. উৎপল চন্দ্ৰ হাজোঙ দেৱ,
মহাবিদ্যালয় উপাধ্যক্ষ ড. ধ্ৰুৱজ্যোতি শৰ্মা ছাৰ,
মহাবিদ্যালয় ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা মহাবিদ্যালয়ৰ I.Q.A.C বিভাগৰ মুৰব্বী শ্ৰী যুত ৰমেশ দাহাল ছাৰ,
লগতে সকলো বিভাগৰ প্ৰবক্তাসকল তথা ছাত্ৰ একতা সভাৰ ফালৰ পৰা মই উপস্হিত থাকো |

Regarding Celebration on 400th birth anniversary of Bir Lachit Barphukan
15/11/2022

Regarding Celebration on 400th birth anniversary of Bir Lachit Barphukan

The college will remaining closed  on 16 Nov. In occasion of "Bodo Literary Day"
15/11/2022

The college will remaining closed on 16 Nov. In occasion of "Bodo Literary Day"

On this graceful occasion of Durga Puja, I pray to Goddess Durga to bless you with success, power, strength, happiness, ...
29/09/2022

On this graceful occasion of Durga Puja, I pray to Goddess Durga to bless you with success, power, strength, happiness, and joy. Wishing you a very great Durga Puja. Let's be happy and welcome Maa Durga into our house with great feasts and Garba. May this Durga Puja and Navratri be the best of them all.🙏🏻

19/08/2022

Address

Orang

Telephone

+916901956232

Website

Alerts

Be the first to know and let us send you an email when KBRD student union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category