BK Nayan Kakoty

BK Nayan Kakoty Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BK Nayan Kakoty, Photography Videography, Sibsagar.

আজি ইং ২৪ মে' ২০২৬ দেওবাৰে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ শিৱসাগৰ কেন্দ্ৰৰ এক গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠ...
24/05/2026

আজি ইং ২৪ মে' ২০২৬ দেওবাৰে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ শিৱসাগৰ কেন্দ্ৰৰ এক গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানত বি. কে. পৰিয়ালৰ মুঠ ৮ জন ছাত্ৰ-ছাত্ৰীক সদ্যঘোষিত SEBA আৰু CBSE ৰ দ্বাৰা অনুষ্ঠিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে সুখ্যাতি অৰ্জন কৰা ফলাফলৰ বাবে সম্বৰ্ধনা জনোৱা হয়। বি.কে. ৰিণু শম্মাই আঁত ধৰা এই অনুষ্ঠানত ব্ৰহ্মাকুমাৰীজৰ উজনি অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেন্ডৰ সঞ্চালিকা ৰাজযোগিনী B. K. ৰজনী বাইদেৱে বৰ্তমান সময়ৰ উশৃংখল যুৱ মানসিকতাক কেনেদৰে আধ্যাত্মিক অনুশাসনৰে মনৰ স্থিৰতা, শান্তি আৰু সুস্থ মন আৰু সকাৰাত্মক চিন্তাৰে সমাজ গঠনত সহায় কৰিব পাৰি তাৰ ওপৰত সুন্দৰ ভাবে আলোচনা কৰে। আনুষ্ঠানিক শিক্ষাৰ উপৰিও যে নৈতিক শিক্ষা নহ'লে জীৱন সাৰ্থক নহয় তাৰ ওপৰত আলোকপাত কৰে।

সভাত আমন্ত্ৰিত মুখ্য অতিথি, সৰ্বশিক্ষা অভিযানৰ District Programme Officer শ্ৰীযুতা ৰিচা শয়কীয়া বাইদেৱে বৰ্তমানৰ নতুন শিক্ষা নীতি (NEP) আৰু চৰকাৰৰ বিভিন্ন বৃত্তি মূলক আচনি ওপৰত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলক উদ্দেশ্যে বিস্তৃত ভাবে বক্তব্য প্ৰদান কৰে। যাৰ দ্বাৰা সকলোৱে উপকৃত হৈছে বুলি অনুভৱ কৰিব পাৰি। সভাত নৱাগতক বি. কে. পূৰ্ণিমা বেহেনে আদৰণি ভাষণ দিয়াৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে এটি সুমধুৰ গীত পৰিবেশন কৰি সকলোকে মোহিত কৰে। B.K. সন্ধ্যা বেহেনে মনৰ শান্তি আৰু একাগ্রতাৰ বাবে কেনেদৰে পৰমাত্মাৰ লগত সংযোগ কৰিব পাৰি (Meditation)তাৰ ব্যৱহাৰিক পথ প্ৰদৰ্শন কৰে। মুখ্য অতিথিক বি. কে. ৰজনী বাইদেউৱে ঈশ্বৰীয় উপহাৰ আৰু কিতাপৰ টোপোলা আগবঢ়াই। শেষত শলাগৰ শৰাই আগবঢ়াই B.K. ৰাহুল ভাইয়ে। আজিৰ সম্বৰ্ধনা জনোৱা ছাত্ৰ-ছাত্ৰীসকল হ'ল-
১/ মৌচুমী কুৰ্মী ২/ কৃষ্টি প্ৰিয়া গগৈ ৩/ উজ্জ্বলতা মাঝি ৪/ প্ৰণাম কৌশিক গিৰি ৫/ জয়শ্ৰী ঘোষ
৬/ সুপ্রভা ঘোষ ৭/ প্ৰজ্ঞান কাশ্যপ ৮/ অধ্যয়ন গিৰি

16/01/2025
14/01/2025

This story highlights a powerful moment from Nelson Mandela's life, where he encounters his former jailor in a restaurant. Instead of harboring ...

14/01/2025

Mahakumbh 2025: लाखों का पैकेज छोड़ बने संन्यासी, IIT वाले बाबा के जादू करते ही Reporter हुआ..!|N18K ...

26/05/2024

২৬ মে,২০২৪ : শিৱসাগৰ ব‌্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান ।

10/05/2024
31/03/2024
Remembering Dadi Janki on her "Avyakta Anniversary"This photo forever will hold a special place in my heart. It reminds ...
27/03/2024

Remembering Dadi Janki on her "Avyakta Anniversary"
This photo forever will hold a special place in my heart. It reminds me of her angelic personality and sweet character and how her social work influenced a whole generation towards spiritual enlightenment

24/03/2024

"Gita pathsala subha uddhudhan" at Palangi, Da dhara (Demow) on 24/03/24

Address

Sibsagar

Website

Alerts

Be the first to know and let us send you an email when BK Nayan Kakoty posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BK Nayan Kakoty:

Share