10/11/2022
Many_many_happy_returns_of_the_day LAKHIPRIYA _(- ভাগিন -)_ 💖💝 জন্ম দিনৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ! সদায় এনেদৰে হাহি থাকিবা । তোমাৰ আহিব লগা দিনবোৰ যাতে সুখৰ হওঁক তাৰে ভগৱানৰ ওচৰত পাৰ্থনা কৰিছো । জীৱনত তোমাৰ উপস্থিতি মোৰ কাৰণে এক সন্মান, মই এই পৃথিৱীৰ আটাইতকৈ ভাগ্যবান মামা, সোনকালে মামা বুলি মাতিব পৰা হৈ যোৱা আৰু কিছু দিনৰ পাছত ঘৰত গৈ আছো আশা কৰিছোঁ মই ঘৰ যোৱা সময়লৈ মামা বুলি মাত শুনিম বুলি আশা থাকিল দেই মৰমৰ ভাগিন 💝💝 ।। কেনেকৈ এটা বছৰ পাৰ হৈ গল গমেই নেপালো মিচ কৰিছোঁ ভাগিন আজি এই বিশেষ দিনটোত , যদিওঁ বিশেষ কাৰণত এই ভাল দিনটোত থাকিব নোৱাৰিলোঁ...........??💝💝শেষত আকৌ এবাৰ জন্মদিনৰ শুভেচ্ছা যাচিলোঁ.......??🙏🙏